Back to Assamese Language Pack Assamese Language Pack
Transcend Store Loader Image
Thumbnail Image of শ্রীমদ্ভগৱদগীতা যথাযথ

শ্রীমদ্ভগৱদগীতা যথাযথ (Srimad-Bhagavadgita Jatha Jath)

Author: কৃষ্ণকৃপামূর্তি শ্রীল অভয়চৰণাৰবিন্দ ভক্তিবেদান্ত স্বামী প্রভুপাদ

Description

ভগৱদ্গীতাখন ভাৰতৰ আধ্যাত্মিক জ্ঞানৰ উজ্জ্বল ৰত্নৰূপে সমগ্র বিশ্বতে সুপ্রসিদ্ধ। সাতশ শ্লোক সহ গীতাখনত ভগবান শ্রীকৃষ্ণই কথোপকথনৰ চলেৰে নিজৰ প্রিয়তম ভক্ত আৰু সুহৃদ অর্জুনৰ নিশ্চিতভাৱে বুজিব পৰাকৈ আত্মোপলব্ধিতত্ত্ব দাঙি ধৰিছে। বাস্তৱিকতে মানুহৰ প্রকৃত স্বৰূপ কি, পৰিৱেশৰ স্বৰূপ কি, আৰু বিশেষকৈ ভগৱানৰ লগত তেওঁৰ প্রকৃত সম্পর্ক কেনেধৰণৰ— সেই কথা দিয়াৰ ক্ষেত্ৰত আন কোনো গ্রন্থৰেই গীতাৰ লগত তুলনা নহয়।

Sample Audio

Copyright © 1972, 2022 BHAKTIVEDANTA BOOK TRUST (E 5032)
Your IP Address: 216.73.216.41 Server IP Address: 169.254.129.4