Back to Assamese Language Pack Assamese Language Pack
Transcend Store Loader Image
Thumbnail Image of শ্ৰীঈশোপনিষদ

শ্ৰীঈশোপনিষদ (Sri Isopanisad)

Author: কৃষ্ণকৃপামূর্তি শ্রীল অভয়চৰণাৰবিন্দ ভক্তিবেদান্ত স্বামী প্রভুপাদ

Description

আণবিক যুদ্ধ, অস্ত্র প্রতিযোগিতা, প্রদূষণ, ভ্রষ্ট সমাজ ব্যৱস্থা বাজনৈতিক অস্থিৰতা ইত্যাদি আজিৰ সমাজত এশ এবুৰি সমস্যা। পিছে কিয় এই সমস্যাবোৰে দেখা দিয়ে? “শ্রীঈশোপনিষদ”ৰ মতে ভগৱদ্ জ্ঞানৰ অভাৱেই এই সমস্যাবোৰৰ মূল কাৰণ। ‘শ্ৰীঈশোপনিষদ’— এই সংস্কৃত শব্দটোৰ অর্থ হৈছে “সেই জ্ঞান যিয়ে মনুষ্যক পুৰুষোত্তম ভগৱান শ্ৰীকৃষ্ণৰ সান্নিধ্যলৈ আনে।’’ শ্ৰীঈশোপনিষদৰ অধ্যয়নেই হৈছে ভগৱদ্ জ্ঞান প্রাপ্তিৰ ও বাস্তৱিক মার্গ।

Sample Audio

Copyright © 1972, 2022 BHAKTIVEDANTA BOOK TRUST (E 5032)
Your IP Address: 216.73.216.41 Server IP Address: 169.254.129.4